তেওঁ এই দাবীৰ সমৰ্থনত সুৰা নীতিৰ গোচৰত চাৰ্জশ্বীটত চিছ’দিয়াৰ নাম নাই আৰু তালাচীত কোনো হিচাপহীন নগদ ধন পোৱা নগ’ল বুলি যুক্তি প্ৰদৰ্শন কৰিছিল।
চিছ’দিয়াৰ গ্ৰেপ্তাৰক লৈ তেওঁৰ নিজা দল আম আদমী পাৰ্টিৰ লগতে তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিছে।
ৰাষ্ট্ৰীয় ৰাজধানীত ২০২১–২২ বৰ্ষৰ বাবে এতিয়া বাতিল হোৱা সুৰা নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক।
ইফালে মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আম আদমি পাৰ্টিয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।
আজি দিনৰ প্ৰায় ১২ বজাত দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে আপে।
প্ৰতিবাদ সাব্যস্ত কৰে
ইয়াৰ পিছতেই ৰবিবাৰে গোটেই দিনটো চিবিআই-এ জেৰা কৰাৰ অন্তত আবিকাৰীৰ কেলংকাৰী আৰু প্ৰমাণ নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীক।
কৌতুক অভিনেতা মনীষ পলে অনুষ্ঠানটো পৰিচালনা কৰিছিল ।
কণমানি শিশুশিল্পীৰ এই সফলতাৰ বাবে অঞ্চলটোৰ সাংস্কৃতিক প্ৰেমী ৰাইজে ভৱিষ্যতে কণমানি শিল্পীগৰাকী আগবাঢ়ি যাব পাৰিব বুলি আশা প্রকাশ কৰিছে।
March 2, 2023