ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কাৰ্যনিৰ্বাহক সন্দৰ্ভত মন্তব্য কৰি কয় যে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ এই কাৰ্যনিৰ্বাহক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
পৰিস্থিতি সলনি হোৱা উচিত
তেওঁ তেওঁৰ পত্নী সীতাক অৰণ্যলৈ পঠিয়াইছিল আৰু তাইৰ বিষয়ে চিন্তা কৰা নাছিল।
গুৰুতৰ ৰোগত ভুগি আছে
কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে
সেয়েহে প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হোৱা বুলি মন্তব্য কৰি বিধায়কসকলে এনে পৰিস্থিতিত সকলোৱেই লগত এটা চিলিণ্ডাৰ কঢ়িয়াব লাগিব বুলি চৰকাৰক কটাক্ষ কৰে ।
অতি সোনকালে সকলো দোষীক গ্ৰেপ্তাৰ কৰা হ'ব আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব ।
বৈবাহিক জীৱনৰ ওপৰত মন্তব্য কৰিছে
ইয়াৰোপৰি ৰকিবুল হুছেইনক ধুৰন্ধৰ মানুহ বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ৷
উবেৰ চালক খগেনে বেগটোত কি আছিল বুলি সোধোতে হিতেশ দাস নামৰ লোকজনে ‘এজন বন্ধুক মাৰি পেলাই দিছোঁ” বুলি মন্তব্য কৰিছিল।
আলোচনা কালত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন উঠি নাযায় বুলি ঘোষণা কৰি চিকিৎসালয়খন চিটি চেন্টাৰ হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে।
ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহন কৰিব পাৰে অসম চৰকাৰে।
January 29, 2023