ঘৰৰ চিৰিয়েদি নামি থকা অৱস্থাত সন্তুলন হেৰুৱাই বাগৰি পৰিছিল লালু যাদৱ
মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও নিৰ্বাচনত ভোট দান কৰে ।
তেলেংগানাত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিলে দিল্লীৰ পৰাও বিজেপিক উচ্ছেদ কৰিম বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
দেশৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি দুয়োগৰাকীৰ নিৰ্বাচন সমসাময়িকভাৱে অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰক্ৰিয়া আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে সমাপ্ত হ’ব।
এনেকৈয়ে কাব্যিক ভাষাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে থাকৰেৰ সম্পৰ্কত দীর্ঘদিন সন্মুখীন হোৱা অভিজ্ঞতাৰ প্ৰসংগ পুনৰ উত্থাপন কৰা দেখা গ'ল।
দেৱেন্দ্ৰ ফাড়নাভিছে দুদিন পূৰ্বেও ৰাজ্যপালক সাক্ষাৎ কৰিছিল আৰু আস্থাভোটৰ আয়োজন কৰিবলৈ অনুৰোধ জনাইছিল ৷
আজি সন্ধিয়া ৭.৩০ বজাত শপত ল’ব সিন্দেয়ে ৷
১৫ জুলাইৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে৷
July 4, 2022