নিজৰ দেশৰ ভিতৰতো কলকাতা, হায়দৰাবাদ, মুম্বাই আদিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।
Read Moreএনে পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে এইসকল লোকক সাক্ষাৎ কৰে বুলি অভিযোগ কৰি মালাবাৰ হিল আৰক্ষী থানাত বিজেপি যুৱ মৰ্চাৰ সম্পাদকগৰাকীয়ে এক গোচৰ ৰুজু কৰে ৷ তেওঁ লগতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱাৰো দাবী কৰে ৷
Read Moreচেলেংহাটৰ কলিয়াপানী হাটখোলাত থকা অবৈধ ব্যৱসায়ীটোৰ প্ৰসাদোপম বাসগৃহৰ চৌহদত থকা ডেম্পটোত অভিযান চলাইছিল টীয়ক থানা আৰু চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বয় অজিত টেৰঙ আৰু গুনীন চুতীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে।
Read More