অসমৰ নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি, প্ৰাক্তন অসম গণ পৰিষদ(অগপ)ৰ জেষ্ঠ নেতা পবীন্দ্ৰ ডেকাই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় – “মই আগৰে পৰা কৈ আছো যে অগপ দলৰ ৪,৫ জন বিধায়কে অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে ৷
Read Moreআজি সন্ধিয়া যোৰহাটৰ বাইপাছত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস সাংসদ দ্বয় তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা আৰু যোৰহাট জিলা সভাপতি কামাখ্যামোহন দাসৰ সৈতে অসম গণ পৰিষদৰ দেৰগাঁও বিধান পৰিষদৰ কাৰ্য্যালয়ত সহস্ৰাধিক অগপৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে৷
Read Moreঅসমৰ নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি, প্ৰাক্তন অসম গণ পৰিষদ(অগপ)ৰ জেষ্ঠ নেতা পবীন্দ্ৰ ডেকাই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় – “মই আগৰে পৰা কৈ আছো যে অগপ দলৰ ৪,৫ জন বিধায়কে অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে ৷
Read Moreঅসম ভ্ৰমণলৈ অহা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নদদাই ভাষণ প্ৰসংগত মৰাণ, মটক, কোচ ৰাজবংশী কে ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা বুলি মন্তব্য কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি সদৌ মৰাণ ছাত্ৰ সন্থা ক্ষোভিত হৈ পৰিছে।
Read Moreগঠন কৰা হৈছে ৯০ জনীয়া কাৰ্যনিৰ্বাহক সমিতি।কাৰাৰুদ্ধ অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি নিৰ্বাচিত হয়।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে অখিল গগৈকে সভাপতি হিচাপে বিচৰাৰ কথা অৱগত কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Read Moreনেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা হেলিকপ্তাৰ যোগে গোলাঘাটত উপস্থিত হ'ব।ইয়াৰ পিছতে প্ৰায় ২হাজাৰ বিজেপি কৰ্মীয়ে বাইক ৰেলীৰে ড° হিমন্ত বিশ্ব শৰ্মা,বিজেপিৰ সভাপতি ৰঞ্জিত দাস,সাংসদ কামাখ্যা প্ৰসাদ তাছা,সাংসদ তপন গগৈ,বিধায়ক মৃণাল শইকীয়াক আদৰি নিব গৰঙা খেলপথাৰলৈ।
Read More