আঘাতৰ পৰা মুক্ত হৈ ইশান্ত শৰ্মাই দলত স্থান লাভ কৰে।দূৰ্বল প্ৰদৰ্শনৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া ভাৰতীয় দলটোত স্থান লাভ নকৰিলে পৃথী শ্ব’ই।
Read Moreভাৰতবৰ্ষত ক’ভিড ১৯ টিকাকৰণ অভিযানৰ আগমুহুর্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত কয় যে ভাৰতবৰ্ষই ক’ডিড ১৯ মহামাৰীৰ বিৰুদ্ধে অনুকৰণীয় পদ্ধতিৰে যুদ্ধ কৰিলে
Read Moreৰাইজৰ দলৰ প্রথমখন জাতীয় অভিৱৰ্তনত কৃষক নেতা অখিল গগৈৰ উপস্থিতিৰ বাবে আশাৰে বাট চাইছিল যদিও অখিল গগৈয়ে মুক্তি লাভ নকৰিলে।ৰাইজৰ দলৰ প্ৰথম অভিৱৰ্তনৰ “অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহন” কাৰ্যসূচীলৈ ৭০ সংগঠন আৰু বীৰ লাচিত সেনাৰ নেতৃত্বলৈ নিমন্ত্ৰণ জনোৱা হৈছে।
Read Moreঅসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ জেহাদ সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ৰাজ্য চৰকাৰে এই বিষয়ত আইন প্ৰণয়ন কৰাৰ চিন্তা চৰ্চা কৰি আছে আৰু অতিশীঘ্ৰে দৰা আৰু কইনাই আয় আৰু ধর্ম সম্পৰ্কে সকলো তথ্যৰ আদান প্ৰদান কৰিব লাগিব
Read More