চিছ’দিয়াৰ গ্ৰেপ্তাৰক লৈ তেওঁৰ নিজা দল আম আদমী পাৰ্টিৰ লগতে তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিছে।
ৰাষ্ট্ৰীয় ৰাজধানীত ২০২১–২২ বৰ্ষৰ বাবে এতিয়া বাতিল হোৱা সুৰা নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক।
অৰবিন্দ কেজৰিৱাল নিজকে এখন কঠোৰ সৎ চৰকাৰ বুলি কয় । তেন্তে সত্যেন্দ্ৰ জৈনক কিয় মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা নহ'ল ।
ইডিৰ জিম্মাত আছে
তেওঁক কেইদিনমানৰ ভিতৰতে মুকলি কৰি দিয়া হ'ব কিয়নো গোচৰটো সম্পূৰ্ণৰূপে ভুৱা।
তেওঁ সাহিত্যৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা আগবঢ়াইছিল
অইলৰ প্ৰাক্তন আবাসিক মুখ্য বিষয়া সত্যেন্দ্ৰ নাথ বৰাৰ দেহাৱসান
১৫ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়
নতুন শিক্ষা নীতিৰে অনুস্থিত হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা।
সেৱা প্ৰদৰ্শন কৰে
কঠোৰ পৰিশ্ৰমৰ ফলাফল
সোধা-পোছা কৰাৰ প্ৰয়োজন আছে
খ্রীষ্টান, শিখ, মুছলমান, বৌদ্ধ, পাৰ্ছি আৰু জৈন— এই ছয় সম্প্রদায়ক ৰাষ্ট্ৰীয় স্তৰত সংখ্যালঘুৰূপে গণ্য কৰা হয়।
March 2, 2023