ব্ৰঞ্জৰ ভাস্কৰ্য্য স্থাপন কৰাক লৈ তীব্ৰ সমালোচনাৰ সন্মূখীন ঋষি সুনাক
যি সময়ত দেশখনে আকাশলংঘী মুদ্ৰাস্ফীতি, বৃদ্ধি পোৱা ঘৰুৱা বিল, আৰু ৰাজহুৱা পুঁজিৰ অভাৱৰ মাজেৰে সংগ্ৰাম কৰি আছে,সেই সময়ত এই মূৰ্তি ক্ৰয় কৰাক লৈ যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে ।
Read More