ৰণবীৰে লগতে কয়, ‘অনুৰাগ বাসুৱে ১১ বছৰ ধৰি কিশোৰ কুমাৰৰ বায়’পিকখনৰ চিত্ৰনাট্য লিখি আহিছে। তাৰ বাবে মই সাজু হৈ আছো।'
ৰাজনীতিৰ পথাৰত আংশিক ভাৱে সৌৰভে প্ৰৱেশ কৰাৰ বাদে তেওঁৰ ওচৰত অন্য গত্যন্তৰ নাই ।
ৰাণ সংগ্রহ কৰিবলৈ ব্যৰ্থ হৈছে
ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰি নিৱাসী শ্ৰী হিৰালাল সেনাপতি আৰু মাতৃ শ্ৰী কল্পনা সেনাপতিৰ ডাঙৰ জীয়াৰী তেওঁ। সাহিত্য সৌৰভ সন্মানটিয়ে কবিগৰাকীৰ পৰিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে।
বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী বা সম্পাদক জয় শ্বাহে অৱশ্যে ভাৰতত এছিয়া কাপ আয়োজন কৰাৰ সন্দৰ্ভত এতিয়াও কোনো ইংগিত দিয়া নাই।
দুয়োজনে দলত নিজৰ স্থান বৰ্তাই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে
তেওঁলোকৰ লক্ষণবোৰ গুৰুতৰ নহয় যাৰ বাবে তেওঁলোকক ঘৰতেই আয়চ'লেচনত ৰখা হৈছে।
কিন্তু সৌৰভ গাংগুলীয়ে ঘৰতেই তেওঁৰ চিকিৎসা হোৱাটো বিচাৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
টীম ইণ্ডিয়াই ৮ খন মেচত জয়ী হৈছে
বৃহৎ ক্ষতি হ'ব পাৰে বি চি চি আইৰ
মোৰ বাবে এটা ডাঙৰ মূহুর্ত আছিল
বুধবাৰে যি ঘটিছিল তাত বিচিচিআইৰ কোনেও সুখী নহয়।
বি চি চিআইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে শেহতীয়াকৈ এক আচৰিত প্ৰতিক্ৰিয়া দিছে
March 2, 2023