এতিয়া এই অভিযোগে অন্য এটা দিশহে গৈ পাইছে স্বপ্না আৰু পৃথ্বীয়ে দুয়োৰে দোষবোৰ ইজনে সিজনক স্থানান্তৰিত কৰি আহিছে ।
আবু বকৰে যোৱা চাৰি বছৰ গোবৰচকা স্কোৱাৰৰ সেই ঘৰত স্বপ্নাৰ সৈতে একেলগে বাস কৰিছিল।
সুন্দৰভাৱে উপস্থাপন কৰিছে
অতিৰিক্ত জিলা দণ্ডাধীশ সুস্বপ্না কাকতিক এই তদন্ত সম্পন্ন কৰি ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ দ্বায়িত্ব দিয়া হৈছে।
প্ৰিজাইডিং বিষয়া হিচাবে নিয়োজিত মহিলা গৰাকীৰ নাম স্বপ্নাৰাণী তালুকদাৰ(৫৫) আছিল। এম এছ চি ডিগ্ৰী ধাৰী মহিলা গৰাকী বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত আছিল৷
ইয়াৰ লগে লগে এদিনীয়া ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় গিল।
দৈনিক ৮ গিলাচ পানী খাব
ড০ পূৰ্ণিমা দেৱী বৰ্মন বেচৰকাৰী প্ৰতিষ্ঠান অৰণ্যকৰ সৈতেও জড়িত।
খুব ভাল ফৰ্মত খেলি আছে
এটা বিশেষ কথা কৈছে
দুর্ঘটনাক কেন্দ্ৰ কৰি ফাতেমাবাদ চাহ বাগিচাত এক কৰুণ পৰিৱেশৰ সৃষ্টি হৈছে।
জৰুৰীকালীন ভাৱে অৱতৰণ কৰিব লগা হয়
এই পানীয়সমূহ খোৱাৰ আগতে এগিলাচ পানী সেৱন কৰিলে এচিড উৎপাদন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব । অন্যথা ইয়ে মানুহক আলচাৰত ভোগাব পাৰে ।
March 2, 2023