হিমন্ত বিশ্ব শৰ্মাই লিখিছে,"প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইমছ্ত প্ৰতিষেধক লোৱাৰ সময়ত ডিঙিত গামোচা পৰিধান কৰি থকা দেখি মন আনন্দেৰে ভৰি পৰিছে৷
Read Moreকংগ্ৰেছৰ শাসনত অসমক কংগ্ৰেছে অসমত হিংসা আৰু উগ্ৰবাদ দিলে।অসম সকলো ক্ষেত্ৰতে বহুত পিছ পৰি গ'ল।কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম আগবাঢ়ি গ'ল।
Read Moreচিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।এতিয়াৰে পৰা অসমৰ ৰেল ষ্টেশ্যন, বিমান বন্দৰত পুনৰ কৰা হব ক’ভিড পৰীক্ষা।স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এক বিশেষ নিৰ্দেশনা।
Read Moreস্বাস্থ্য বিভাগে সকলো জনসাধৰণক কোভিডৰ নীতি নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনাইছে।ইতিমধ্যে জ্যখনৰ তিনিটা স্থানক কন্টেইমেন্টট জ’ন হিচাপে ঘোষণা কৰা হৈছে।পানবজাৰৰ ডনবক্স’ স্কুল, চানমাৰী স্থিত হলী চাইল্ড স্কুল,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।
Read Moreঅসমৰ মুক্তিযুঁজাৰুসকলে লাভ কৰিব বিনামূলীয়া স্বাস্থ্য সেৱা।মুক্তি যুঁজাৰু সকলৰ পেঞ্চন বৰ্তমানৰ ২১,০০০ টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব।আনহাতে অসম ৰাজ্যিক মুক্তি সন্মিলনৰ অনুৰোধৰ ভিত্তিত ৰাজ্যৰ ১৯ গৰাকী স্বাধীনতা আন্দোলনৰ শ্বহীদৰ নিকটাত্মীয়ক ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য আগৱঢ়াব ৰাজ্য চৰকাৰে।
Read Moreউত্তৰ প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, পুডুচেৰী, হিমাচল প্ৰদেশ, লাক্ষাদ্বীপ, মণিপুৰ, লাডাখ, অসম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছিকিম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আদি ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত এজনো ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই।
Read Moreস্নাতক ডিগ্ৰীধাৰী আইছা চিদ্দিকা নামৰ যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছে মগজুৰ এক জটিল ৰোগ।আইছাৰ উন্নত চিকিৎসাৰ লগতে গুৱাহাটীৰ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ক্ৰমে মগজুৰ এটি জটিল অস্ত্ৰোপচাৰ শীঘ্ৰে সমাপন কৰাতো বিশেষভাৱে জৰুৰী হৈ পৰিছে।
Read Moreকংগ্ৰেছৰ শাসনত অসমক কংগ্ৰেছে অসমত হিংসা আৰু উগ্ৰবাদ দিলে।অসম সকলো ক্ষেত্ৰতে বহুত পিছ পৰি গ'ল।কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম আগবাঢ়ি গ'ল।
Read Moreগৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক কেন্দ্ৰ কৰি উখল মাখল বটদ্ৰৱা।গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিব গুৰুজনাৰ জন্মস্থান।হমন্ত্ৰীয়ে বটদ্ৰৱা থানলৈ আহি বটদ্ৰৱা থানত সেৱা জনাব।অমিত শ্বাহৰ সৈতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
Read More