উল্লেখযোগ্য যে যি সময়ত শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰা সমগ্ৰ প্ৰক্ৰিয়াটো বিনামূলীয়া যদিও ব্যৱসায় প্ৰতিষ্ঠান একাংশই নুন্যতম ধন লৈ এই প্ৰক্ৰিয়া সম্পাদন কৰি আহিছে তেনে স্থলত জাতীয় সংগঠন এটাৰ নেতৃত্বত শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰাৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
Read Moreসোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বঁটা প্ৰদান অনুষ্ঠানটিৰ কালি দ্বিতীয় দিনা পুৱা ওলোৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
Read More