নীলা ৰং কৰা হৈছে
অঞ্চলবোৰত উপস্থিত হোৱাৰ সময়ত অন্তকিয়া চহৰৰ ৰাস্তাত ভয় আৰু আতংকই বিৰাজ কৰিছিল য’ত বেয়াকৈ ক্ষতিগ্ৰস্ত অট্টালিকাৰ দেৱালবোৰ খহি পৰিছিল।
স্থানীয় লোকে জানিবলৈ দিয়ে যে সংকীৰ্ণ ৰাস্তাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ ঘটনাস্থলীত উপস্থিত হোৱাত সমস্যাৰ সৃষ্টি হৈছিল।
ৰাস্তা-ঘাটকে ধৰি চৌদিশে আটকধুনীয়াকৈ সজাই পৰাই তুলিবলৈ যত্নপৰ হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰখনক ৷
তেখেতে উল্লেখ কৰে যে ইয়াত বসবাস কৰা ৰাইজে ইতিমধ্যে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰি আহিছে আৰু অন্যান্য আঁচনিৰ কামখিনি ত্বৰান্বিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, বিশেষকৈ ৰাস্তা -ঘাটক বিশেষ গুৰুত্ব দিয়া হ'ব।
প্ৰকৃত অৰ্থ বুজাই দিছিল
সীমান্তৱৰ্ত্তী ৰাইজৰ অভিযোগ- অৰুণাচল প্ৰদেশ চৰকাৰে আগ্ৰাহী ৰূপ লৈ ধেমাজি জিলাৰ অসমৰ ভূমিত ৰাস্তা-ঘাট, দলং, বিদ্যালয়, অফিচ-কাছাৰী দীৰ্ঘদিনে নিৰ্মাণ কৰি আহিছে ৷
পানীজমা হৈ খানাপাৰা-যোৰাবাট পথত দেখা দিয়া যান-বাহনৰ এনে সমস্যাৰ ফলত কেইবাজনো যাত্ৰী প্ৰভাৱিত হৈছিল।
বিৰোধীয়ে দাবী কৰিছে যে মৃত্যুৰ ভাবুকি পোৱা এজন ব্যক্তিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাটো আচৰিত জনক ঘটনা।
গাড়ীখন ৰাস্তাতেই লুটি বাগৰ খোৱাৰ বাবে থিতাতে নিহত হৈছিল এণ্ড্ৰিউ চাইমণ্ডছ।
ৰাস্তাত কৃত্ৰিম বান হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ আৰ.চি.চি ৫ আৰ ৮ নং ছাত্ৰী নিবাসৰ ছাত্ৰীসকল ক্লাছলৈ অহা যোৱা কৰাত অসুবিধা হয় ।
March 2, 2023