এই স্বৈৰাচাৰী শাসন শীঘ্ৰে অৱসান কৰি আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈও ডি ৱাই এফ আইয়ে দাবী কৰিছে।
Read Moreব্লুস্কাইত এটা নতিফিকেশ্যন টেব অন্তৰ্ভুক্ত কৰা হৈছে য’ত ব্যৱহাৰকাৰীয়ে টুইটাৰৰ দৰেই লাইক, ৰিপ’ষ্ট, ফ’ল’ আৰু ৰিপ্লাইবোৰ চাব পাৰে। কিন্তু এতিয়ালৈকে প্লেটফৰ্মত কোনো ডাইৰেক্ট মেছেজিং (ডি এম) বৈশিষ্ট্য উপলব্ধ কৰা হোৱা নাই।
Read Moreকেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অৰ্থ গংগা আৰু মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ জৰিয়তে অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে।
Read More