প্ৰতিষ্ঠানটোৱে কৈছে যে সমল অৱৰোধ কৰাৰ আদেশ আইটি আইনৰ ধাৰা ৬৯ এ তকৈ পৃথক।
যদি ই হাতত বহে, উৰুৱাই দিয়াৰ পিছত হাত চাবোনেৰে ধুব লাগে।
মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় জনী বেয়াৰষ্ট।
ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কংগ্ৰেছে নিজ দলৰ বিধায়ক আৰু দুই সতীৰ্থ বিৰোধী বিধায়কক লৈহে যুঁজিব।
পৰিয়ালৰ সদস্যক ৰে'ল বিভাগত চাকৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈকো ৰাজ্যপালগৰাকীক দাবী জনায় বৰাই।
তেলৰ নাটনিৰ ফলত চৰকাৰে শিক্ষানুষ্ঠান, কাৰ্যালয় আদিকে ধৰি অনুষ্ঠান প্রতিষ্ঠানসমূহ অনির্দিষ্ট কাললৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰী কৰিছে।
ভাৰতে পৰৱৰ্তী মেচখন কাইলৈ চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একে সময়তে ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।
ধৃত অজিত দাসক জেৰা অব্যাহত ৰাখিছে ৰে'ল আৰক্ষীয়ে ।
এই খহনিয়াই মঙলদৈ চহৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
ঘটনা সন্দৰ্ভত অ'এন জি চি ৰ বিষয়া গৰাকীৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত এক গোচৰ তৰিলে চুতীয়া ছাত্ৰ সন্থাই ।
দিপ্তী হাজৰিকা আৰু স্বৰ্গীয় অনুপ হাজৰিকাৰ কন্যা পপী ৷ ২০১৫ চনৰ পৰা ভাৰত্তোলকৰ অনুশীলন কৰি আহিছে পপীয়ে ।
সমান্তৰালভাৱে এডিজিৰ সৈতে সম্পৰ্কিত কেইবাটাও নিৰ্দেশত স্বাক্ষৰ কৰি নিজৰ কৰ্তব্য সম্পাদন কৰে।
অধিনায়কৰ দায়িত্ব দিয়া হৈছে
ভাৰতীয় ক্রিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে আজি ইংলণ্ডত অনুশীলন কৰি থকা টেষ্ট দলত যোগ দিছে।
স্বাভাৱিকতে আয়াৰলেণ্ড ভ্ৰমণ ভি ভি এছ লক্ষ্মনৰ বাবে নতুন অভিজ্ঞতা হ’ব।
কেতিয়াবা আমি তাৰকা খেলুৱৈসকলক জিৰণি দিয়াটো আৱশ্যক।আমি বিচাৰোঁ তেওঁ ফিট আৰু সতেজ হৈ থাকক।
ইংলেণ্ড ভ্ৰমণ কৰিব
১২১ মেচ জিকিছে
ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰা খেলুৱৈক সুযোগ দিয়া হৈছে
কি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগিব
টীম ইণ্ডিয়াই ৮ খন মেচত জয়ী হৈছে
ৰোহিত আৰু দ্ৰাবিড়ে এতিয়া অষ্ট্ৰেলিয়াত অনুষ্ঠিত ২০২২ চনৰ টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াক বিজয়ৰ দিশে লৈ যাব বুলি আশা কৰা হৈছে
মোৰ এটা সাত বছৰীয়া ল'ৰা আছে যাক মই বছৰত কমেও ৩০০ দিন দিব বিচাৰো
এক ৰোমাঞ্চকৰ খেলত ভাৰতে নিউজিলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে।
July 4, 2022