অৰ্ধসম্পূৰ্ণ কাম শীঘ্ৰেই সম্পন্ন কৰা হ’ব বুলি সদৰী কৰিছে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে।
দ্বিতীয় ইংনিছত জয়ৰ বাবে ২৫০ ৰানৰ লক্ষ্য দিছিল অসমে।
হাৰিয়ানাৰ এছ পি ছিংলা নামৰ কোম্পানীয়ে এই দলং দুখনৰ আৰু লগতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে ৷
অসম ৰাইফলছে আটক কৰা আলফা কেডাৰ কেইজন ৰাঘৱ অসম ওৰফে সুৰজ মৰাণ, ৰিয়ান অসম ওৰফে বিকাশ ৰাজবংশী বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে যোৱা ২৩ আগষ্টত গোৱাত ৪২ বছৰ বয়সতে মৃত্যুবৰণ কৰিছিল এই গৰাকী বিজেপি নেত্ৰীয়ে ৷
তেওঁ গোটেই ছিজনটোত ১৭ টা কেছ আয়ত্ব কৰিবলৈ সক্ষম হয়।
দিল্লীৰ পিছত সংক্রমণৰ শীর্ষত আছে হাৰিয়ানা (৫৭১), কেৰালা (৩৮৬) আৰু উত্তৰ প্রদেশ (১৯৮)।
এই ঘটনাই শান্তিপ্ৰিয় স্থানীয় জনতাৰ মাজত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে ধৰ্মীয় অনুভূতিত আঘাত হানিছে বুলি অভিযোগ কৰা হৈছে।
আনহাতে, ১০০খন প্ৰদূষিত চহৰৰ তালিকাত থকা ভাৰতৰ ৬৩খন চহৰৰ আধাতকৈও বেছি হাৰিয়ানা আৰু উত্তৰ প্রদেশৰ।
ইউক্ৰেইনৰ আঞ্চলিক অখণ্ডতা বজাই ৰখাটো আমাৰ অন্যতম দাবী।
কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি চন্দন দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সম্পাদক কাঞ্চন জ্যোতি গোহাঁইয়ে ৷
থাই-বক্সিং এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় বিচাৰক আজহাৰুল আমিন, প্ৰশিক্ষক পৰাগ কুমাৰ বৰ্মন, নিৰঞ্জন দাস আৰু টীম মেনেজাৰ পাৰ্থ প্ৰতিম ভট্টাচার্য আদি উপস্থিত থাকে।
য'ত মেলা হ'ব তাতেই ৰহি-সাজ থাকিব।
জোনবিল মেলাত পৰম্পৰাগত মুদ্ৰা ব্যৱস্থাৰ সলনি সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ আদান-প্ৰদান কৰা হয় ৷
মৰিগাঁও জিলাৰ বদ্যবড়ী গাঁৱত ভোগালী বিহু চপোৱা উৎসৱৰ অংশ হিচাপে অনুষ্ঠিত হোৱা পৰম্পৰাগত ম'হৰ যুঁজৰ সফল সামৰণি পৰে ।
মামণি ৰয়ছম গোস্বামী, জ্যোতি প্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভা, পাপন আৰু জুবিন গাৰ্গৰ হুবহু ছবি সুন্দৰভাৱে বোই উলিয়াইছে।
মাইক্ৰ’ ব্লগিং চাইট’টো অধিগ্ৰহণ কৰাৰ পিছত মাস্কে কয় যে এই পদক্ষেপ মানৱতাৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে ।
কেতিয়াও উভতি নহাৰ সিদ্ধান্ত লৈছে
বটদ্ৰৱাত গুৰুজনাৰ তিৰোভাৱ তিথি 'গুৰু কীৰ্তন' পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰা হৈছে৷
তেওঁলোকে আলোচনা কৰি সৰু পুত্ৰক দিলে বোৱাৰীক বিয়াৰ প্ৰস্তাৱ।বোৱাৰীৰ পৰাও বিচাৰিলে সন্মতি।
March 2, 2023