দিল্লী আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ৰাজেন্দ্ৰই ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত তেওঁৰ ব্যাখ্যা বিচাৰি এখন জাননী প্ৰেৰণ কৰা হৈছে।
আম আদমি পার্টীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণৰ পৰিমাণ এক লাখ ২০ হাজাৰ কোটি বৃদ্ধি কৰি অসমৰ জনসাধাৰণক এক ভয়াৱহ ভৱিষ্যতৰ ফালে লৈ গৈ আছে বুলি অভিযোগ কৰে।