শৃংখলা জয়ৰ ফেভাৰেট ভাৰত হ'লেও দক্ষিণ আফ্রিকাক দুৰ্বল বুলি ভবাটো ভুল হ'ব।
বলিঙতো বেংগলৰ তাৰকা তথা প্রথম শ্রেণী ক্রিকেটত চমক দেখুওৱা মুকেশ কুমাৰে স্থান পাব পাৰে। ঘৰুৱা পথাৰত কাইলৈ খেলাটো নিশ্চিত হৈছে কূলদীপ যাদৱৰ।
T 20 match to be played between India and South Africa
শ্রেয়াছ আয়াৰ আৰু শাহবাজ আহমেদ দলত অন্তর্ভুক্ত হৈছে যদিও বহুদিনৰ পৰা টি-২০ মেচৰ পৰা আঁতৰি আছে আয়াৰ। একেদৰে শাহবাজে অভিষেকৰ সুযোগেই লাভ কৰা নাই।
উল্লেখ্য যে অহা ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে প্রথমখন খেল খেলিব ভাৰতে ।
ইয়াৰ পূৰ্বে দুষ্কৃতিকাৰীয়ে বন বিভাগৰ এজন ডেপুটি ৰেঞ্জাৰক হত্যা কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।
অগ্রগতি লাভ কৰে
ঈশানে ৩৫ টা বলত পাঁচটা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰে ৫৪ ৰান কৰে।হার্দিক পাণ্ডিয়াই ৩১ ৰান কৰি নট আউট হৈ থাকে।
আশা কৰা হৈছে যে দ্বিতীয় টী-২০ত নিশ্চিতভাৱে ভাৰতৰ বলিং আক্ৰমণত কিছু সাল-সলনি ঘটোৱা হ'ব।
আনহাতে, অনুশীলনৰ সময়ত সোঁহাতত আঘাত পোৱাৰ বাবে কুলদীপ যাদবো টি-২০ শৃংখলাটোৰ পৰা বাহিৰ হয়।
খেলৰ পৰিস্থিতি সলনি কৰাত পাৰদৰ্শী
January 28, 2023