প্ৰশিক্ষণত প্ৰশিক্ষণ প্ৰদান কৰিব বিশিষ্ট সত্ৰীয়া শিল্পী অজয় বায়ন, গীতিকা মেধি আৰু বৰপেটা সত্ৰৰ প্ৰধান গায়ন বিজয় বায়নে।
ফলত তেওঁ প্ৰায়ে পাৰ্টীলৈ নোযোৱাকৈ থাকে আৰু অভিনেতাগৰাকীক দেখিবলৈও পোৱা নাযায়।
চিৰিজখনত অজয় দেৱগনৰ সৈতে ইষা দেওল আৰু ৰাশী খান্নাক মুখ্য চৰিত্ৰত দেখা পোৱা যাব। জনাই থওঁ যে, ‘ৰুদ্ৰ’ ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব।
মন্ত্ৰীজনৰ কাৰ্যকলাপৰ বাবে তেওঁ এতিয়া সামাজিক মাধ্যমত সমালোচনাৰ পাত্ৰ হৈ পৰিছে
বিষয়টো তদন্ত কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বিশেষ অনুসন্ধান দল (এছআইটি)ক আশ্বাস দিয়ে।
এইক্ষেত্ৰত সদৌ অসমবাসীৰ শুভেচ্ছা আৰু আৰ্শীবাদ কামনা কৰিছে খেলুৱৈগৰাকীয়ে ৷
মন্ত্ৰী পুত্ৰৰ চালক হৰি ওমকে ধৰি তেওঁলোকৰ তিনিজন লোকক হত্যা কৰাৰ অভিযোগত কৃষকসকলৰ বিৰুদ্ধে মিশ্ৰা বাহিনীয়ে কৃষকৰ উপৰত জঁপিয়াই পৰিছিল।
শ্বাহৰুখ পুত্ৰ অৰিয়ানক হাতে লো ধৰা পেলোৱা এইজন নিৰ্ভিক অফিচাৰ সমীৰ ৱানখেডেৰ পত্নীয়ে ২০০০ চনতেই কৰিছিল আত্মপ্ৰকাশ।
তেওঁৰ ব্যক্তিগত জীৱন কাৰ নিৰ্দেশত চলে সেয়াহে গুৰুত্বপূৰ্ণ
এই নিৰ্মম আক্ৰমণৰ পিছত, কৃষকসকলকো প্ৰতিশোধ ল'বলৈ প্ৰৰোচিত কৰা হৈছিল আৰু বিজেপি নেতাজনৰ বাহনখন ভাঙি জুই লগাই পেলোৱা হৈছিল।
After garnering immense appreciation for its remarkable teaser, the much-awaited project 'Gangubai Kathiawadi' has received the legendary addition of Bollywood actor Ajay Devgn to its cast.
বার্ষিক কাব্যালোচনী ‘ কৃষ্টি’ৰ সপ্তম সংখ্যা , এখন স্মৰণিকা আৰু দুখন কবিতা পুথি উন্মোচন কৰা হ'ব বুলি প্রকাশ কৰিছে।
March 2, 2023