মহিলাৰ একক শাখাত প্রাক্তন দ্বিতীয় স্থানৰ খেলুৱৈ আৰিয়না ছাবালেংকাৰ জয়যাত্রা অব্যাহত আছে। ইফালে খিতাপ জয় অন্যতম দাবীদাৰ কেৰ'লিনা পিলিছকভাৰ অভিযান সমাপ্ত হৈছে। চেক গণৰাজ্য প্লিজকভা মেগড়া লিনিটে হাতত পৰাজিত হয়।
এতিয়াই অৱসৰৰ কথা চিন্তা কৰা নাই ব্লেক কৰ্টৰ একছত্ৰী সম্রাটগৰাকীয়ে।
বিশ্বৰ প্ৰথম স্থানৰ পুৰুষ খেলুৱৈ আলকাৰেজেও আঘাতৰ বাবে অষ্ট্ৰেলিয়ান অ'পেন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বিপদত পৰিছে সমবায় সমিতিখন । কাৰণ হিতাধিকাৰীক চাউল দিয়াত অসুবিধাৰ সন্মুখীন হৈছে ।
The apprehended cadre of NSCN (K-YA) has been identified as self-style sergeant Wangli Konyak alias Pongai, a resident of Shiong village
Subsequently, another suspect, identified as Chintu Medhi alias Kishore, was arrested from the city.
ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি পাকিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে।
২০১৯ চনত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৩.৪০ কিলোমিটাৰ দৈঘ্যৰ দলংখনৰ ।
ইতিমধ্যে শার্দুল ঠাকুৰ, মহম্মদ ছিৰাজ আৰু শ্ৰেয়াছ আয়াৰ আজি ভাৰতৰ পৰা অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে।
পৰিস্থিতি এতিয়া ইমানেই জ্বলন্ত হৈ পৰিছে যে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰতি থকা অন্ধ আনুগত্যৰ পুনৰাবৃত্তি কৰাটো ভাৰতৰ বাবে অতি বিদ্ৰুপৰ কথা হৈ পৰিছে ।
বৃহৎ পৰিমাণ লাভ কৰিছে
মই সেইটো একেবাৰে ভাল নাপাও
বিগত কেইবাটাও দশক ধৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে বহিঃৰাষ্ট্ৰৰ আগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ দৰে সমস্যাৰ সন্মুখীন হৈ আহিছে ।
Tea industry, tea association of india, save the child, child rights,
চুপাৰ ৱ'মেনৰ চৰিত্ৰত অভিনয় কৰিছে
আওকাণ কৰিলে নচলিব, মানিব লাগিব আমাৰ দাবী।
একত্ৰীৰণ প্ৰক্ৰিয়াটো চৰকাৰে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে । বিদ্যালয়ৰ সংখ্যা হ্ৰাস কৰাৰ বিপৰীতে চৰকাৰে সমগ্ৰ ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ।
বৰদৈচিলা থিয়েটাৰত এইবাৰ ৰাজ্যৰ দুগৰাকীকৈ জনপ্ৰিয় নাট্যকাৰৰ তিনিখনকৈ নাট মঞ্চস্থ কৰা হ'ব।
মনে মনে এটা কাম শৰি আছে
আলিয়াৰ ওপৰত কঠোৰ হৈ দেখাইছে
এক সুন্দৰ অনুভৱ
শ্ৰেষ্ঠ পত্নী হয় বুলি কৈছে
কেৰেলাত ১৭ জুনৰ পৰা ২৩ জুনলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু যুৱ টেবুল টেনিছ প্রতিযোগিতাৰ বাবে অসম দলটোৰ নাম ঘোষণা কৰা হৈছে।
January 28, 2023