প্ৰিয় চিত্ৰশিল্পীগৰাকীৰ আশুৰোগ্য কামনাৰ্থে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেওঁৰ জন্মস্থান টীয়কৰ বাহ্মণ গাঁওবাসীও নেদেখাজনৰ শৰণাপন্ন হৈছিল ।
Read Moreটানগৰ থানাত ৪২৫/১৩৪ আই পি চিৰ ধাৰাত গোচৰ পঞ্জীয়ন হোৱাত যোৱানিশা ৮:৩০ বজাত অৰুণাচল আৰক্ষীয়ে নীলিম মহন্তক উত্তৰ লখিমপুৰ নগৰৰ ডিকে ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰি নিয়াৰ পিছত আজি তেওঁক অৰুণাচলৰ আদালতত হাজিৰ কৰাৰ পিছত আদালতে দুদিনৰ বাবে চিত্রশিল্পীজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
Read Moreপ্ৰয়াত বৰ্মনে সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ লগতে বিমলা প্ৰসাদ চলিহাৰ পৰা সৰ্বানন্দ সোনোৱাললৈ বহু কেই গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে একেলগে কাম কৰিছিল।
Read More