লাল-সবুজেৰ ঝাৰখণ্ড" শীৰ্ষক এখন কিতাপ মুকলি কৰে।
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজ বক্তব্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা সুবিধাসমূহ গ্ৰহণ কৰি শিক্ষাৰ জেউতিৰে আলোকিত হৈ ভৱিষ্যত গঢ়াৰ বাবে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।
তদুপৰি গুণগত মান নিৰূপণৰ বাবে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে গুণোৎসৱৰ দৰে লোৱা পদক্ষেপৰ শলাগ লয় ৷
সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰিছে
এই মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ছিপাঝাৰবাসীক আজি শোকবিহ্বল কৰি তুলিছে।
এনেই সময়ত অকল গৰিহণা দিলেই নহয়
ব্ৰিটিছে হিন্দুক মুছলমানৰ বিৰুদ্ধে থিয় কৰাইছিল, আজি বিজেপিয়েও একে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে নীৰৱে চাই আছে।
ইতিমধ্যে ৰে'লপথটো মেৰামতি কৰাৰ বাবে ৰে'ল কৰ্মচাৰী আৰু নিৰ্মাণ সংস্থাক দায়িত্ব অৰ্পণ কৰিছে বুলি জানিবলৈ দিয়ে উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ।
বিশ্ববিদ্যালয়খনৰ ১৫/১৬ টা বিভাগত থাকিব বিশেষ শিক্ষা ব্যৱস্থা ।
৬০ দিনৰ ভিতৰত গোচৰৰ অভিযোগনামা দিয়াৰ অংগীকাৰ জি পি সিঙৰ।
কিন্তু আৰক্ষীয়ে সেয়া একো নকৰি কেৱল চাই থাকিল।
May 26, 2022