আজিৰ অনুষ্ঠানত দেশপ্রেমমূলক গীত-নৃত্যৰে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশিত হয়, য'ত ভাগ লয় অভিনেত্ৰী, নৃত্যশিল্পী মেঘৰঞ্জনী মেধিকে ধৰি শিল্পীৰ দলে।
খেলুৱৈ কেইগৰাকীৰ সাফল্যত মৰিয়নি ক্রীড়া সন্থা, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা, কিংশুক, মৰিয়নি প্ৰেছ ক্লাব আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে।
অসমৰ পৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষ, ৰুবী বৰুৱা দাস, ঋতুপৰ্ণ দাস আৰু মনিষা কলিতাই।
Assam-Arunachal Pradesh boundary row
চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অদম্য অভিযান অব্যাহত আছে।
জামিন লাভৰ পাছত কালি প্ৰথমবাৰৰ বাবে আদালতত হাজিৰ হয় দুয়োজন অভিযুক্ত ।
আশ্ৰমত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ পদৰেণুৰে ৰঞ্জিত আশ্ৰমখনৰ আৱাসীসকলক তেওঁ হস্ততাঁতেৰে নিৰ্মিত জাতীয় পতাকা উপহাৰ হিচাপে আগবঢ়ায় ।
Mokalbari, one of the top Assam Orthodox manufacturers, rarely sells such specialty teas through auctions.
যোৱা ১৫ জুনত গোচৰটোৰ শুনানিৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে পশ্চিম বংগৰ মুখ্য সচিব আৰু কলকাতাৰ আৰক্ষী আয়ুক্তক উত্তৰ দিবলৈ ছয় সপ্তাহৰ বাবে সময় দিছিল ।
আজি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক সাক্ষাৎ কৰিলে অসমৰ দুই মন্ত্ৰীয়ে ৷
বাকী ১০ লাখ পৰিয়ালে এইকেইদিনত ক্ৰয় কৰিব আৰু ঘৰে ঘৰে লগাব বুলিও কয় মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।
আজি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক সাক্ষাৎ কৰিব অসমৰ দুই মন্ত্ৰীয়ে ৷
বৰ্ষাশ্ৰীৰ আবেদনক মান্যতা গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ । যোৱা দুমাহ ধৰি কাৰাবন্দী হৈ আছে বৰ্ষাশ্ৰী ৷
নিৰ্বাচনৰ পূৰ্বে আগবঢ়োৱা প্ৰতিশ্ৰতি ৰক্ষা কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁলোকে অনুৰোধ কৰে ।
অভিযোগ সত্য প্ৰমাণিত হ'লে ৰিণিকি ভূঞা শৰ্মাকো অসমৰ ৰবাৰ্ট ভাদ্ৰা আখ্যা দিব পাৰি ৷
এই স্মাৰক পত্ৰৰ প্ৰতিলিপি সংগঠনটোৱে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকলৈ প্ৰেৰণ কৰে।
বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই ৬ দিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে সংগঠনটোৱে অসমৰ গাৱে ভূঞে গৈ ৰাইজক চৰকাৰৰ বিৰুদ্ধে সৰৱ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
অসম জাতীয় পৰিষদ কাৰো বি দল নহয় আৰু ভৱিষ্যতেও কোনোদিন হ'বলৈ আগবাঢ়ি নাযায়।
অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা তীব্ৰ ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
মাটি চহাবলৈ ব্যৱস্থা নথকা কৃষক সকলক চৰকাৰী ভাবে চহাই দিয়াৰ ব্যৱস্থা কৰাৰো দাবী।
পৰিষদে মন্ত্ৰী সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰ কৰিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।
ইমানৰ পিছতো কোনোবাই ক'ব নে, বিজেপিয়ে বিকাশ সাধন কৰিব!
অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই দিলে নিযুক্তি ।
এই ঘটনাৰ বিৰোধ কৰি বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা শাখাই ইতিমধ্যে নলবাৰী সদৰ আৰক্ষী থানাত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ উদ্দেশ্যে এক গোচৰ ৰুজু কৰে।
সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল দাস
১৯৮২-৮৩ চনত এই ফাৰ্মখনলৈ আমি প্ৰায়ে ব্ৰইলাৰ আনিব গৈছিলোঁ ।
বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি 'জাতীয় দৃষ্টিপত্ৰ' উন্মোচন কৰে AJPৰ মুখ্য উপদেষ্টা বসন্ত ডেকা, কৃষ্ণগোপাল ভট্টাচাৰ্যই।
Members of Asom Jatiyata Yuba Chatra Parisad (AJYCP) Join Assam Jatiya Parishad
Assam Gana Parishad President Atul Bora took part in bike rally on the occasion of Assam Chatra Parisad first foundation day at Guwahati today.
August 13, 2022