ৰোহিতৰ সলনি টীম ইণ্ডিয়াৰ দায়িত্ব দিব পাৰে
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় খন এদিনীয়াত ফিল্ডিং কৰাৰ সময়ত পেশীৰ চাপত ভোগাৰ বাবে ৰাহুলক টি-২০ শৃংখলাৰ পৰা বাহিৰ কৰা হৈছে।
দুয়োজনে দলত নিজৰ স্থান বৰ্তাই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে
বিজয় হাজাৰে ট্ৰফী ২০২০-২১ বৰ্ষত আশ্চর্যকৰ খেল দেখুৱাইছে
তেওঁলোকৰ লক্ষণবোৰ গুৰুতৰ নহয় যাৰ বাবে তেওঁলোকক ঘৰতেই আয়চ'লেচনত ৰখা হৈছে।
ৰোহিত শৰ্মাক আগতে শৃংখলাটোত উপ-অধিনায়ক বনোৱা হৈছিল কিন্তু কে এল ৰাহুলক তেওঁৰ আঘাতৰ বাবে দায়িত্ব দিয়া হৈছে
বৃহৎ ক্ষতি হ'ব পাৰে বি চি চি আইৰ
বুধবাৰে যি ঘটিছিল তাত বিচিচিআইৰ কোনেও সুখী নহয়।
বি চি চিআইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে শেহতীয়াকৈ এক আচৰিত প্ৰতিক্ৰিয়া দিছে
ব'ৰ্ডে সীমিত অভাৰৰ ফৰ্মেটত দুজন বেলেগ বেলেগ অধিনায়কক ৰাখিবলৈ সাজু নাছিল
আমি ইজনে সিজনৰ বিষয়ে যি ভাবোঁ সেয়া অধিক গুৰুত্বপূৰ্ণ
সৌৰভ গাংগুলী আৰু জয় শ্বাহে বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'ব
May 26, 2022