বিটিআৰৰ কাৰ্যনিৰ্বাহক সভাত পূৰ্বৰ চৰকাৰৰ ভয়াৱহ দুৰ্নীতিৰ বিৰুদ্ধে কি কাৰ্যব্যৱস্থা হাতত লোৱা হ'ব সেয়া সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।
Read MoreRepresentatives from the ruling party BJP, allies such Asom Gana Parishad (AGP), United Peoples’ Party Liberal (UPPL), Opposition parties such as Congress, All India United Democratic Front (AIUDF), Bodoland People’s Front (BPF) and CPI-M.
Read Moreআনহাতে,বিপিএফৰ শাসন কালত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি তেওঁ কয় যে, মুছলপুৰ আৰু দিহিৰা সমষ্টিত ৫০ গৰাকী এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত লোকৰ লগতে ধৰি মুঠ এক হাজাৰগৰাকী দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰূদ্ধে তালিকা প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
Read More