আব্দুল হালিমক এই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত নকৰিবলৈও ক'লে ন্যায়াধিকৰণে ।
ব্যৱসায়িক সন্থাৰ এই অধিৱেশনতে মন্ত্ৰীগৰাকীক বৰপেটাৰোড বাণিজ্যিক গৌৰৱ বঁটা প্ৰদান কৰা হয়।
কেইবাটাও হত্যাকাণ্ডৰে ধৃত বাবু আলী জড়িত থকাৰ অভিযোগ।লগতে অস্ত্ৰৰে বিভিন্ন লোকক ভয় ভাবুকি দিছিল ধৃত ডকাইতটোৱে।
ভুক্তভোগী শিশুগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হুছেইন আলীৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত ১৫১/২০২২ নম্বৰত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ।
বৰপেটা সত্ৰ চৌহদলৈ নি সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে তিনি পাক প্ৰদক্ষিণ কৰাই বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰে বাপজনাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷
Green Diwali has spelt trouble for the traditional firecracker manufacturers in Barpeta
বুঢ়াসত্ৰীয়াগৰাকীৰ আশু আৰোগ্যৰ বাবে বৰপেটা সত্ৰবাসীৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনেও নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছে ৷
ভাৰতীয় জাতীয় কংগ্ৰেছৰ নির্বাচনী অধিসূচনা অনুসৰি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে ।
ইফালে ঐতিহ্যমণ্ডিত আদি থান চিনপৰা ভিঠি থানতো তিনিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷
বৰপেটা সত্ৰত পূৰ্বৰ পৰাই গুৰুদুজনাৰ কীৰ্তন উপলক্ষে সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ বংশৰা আৰু হাটীগোটসমূহেও ভাওনা পৰিৱেশন কৰা পৰিলক্ষিত হয় ৷
সদৌ অসম উল্লেখ্য যে, ৰাজ্যৰ পলিটেকনিকসমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে কৰ্মচাৰীসকলে পালন কৰে এই কর্মবিৰতি ৷
আজিৰ খেলখন পৰিচালনা কৰে নৃপেন তালুকদাৰে আৰু তেখেতক সহযোগ কৰে বিজন নাথ আৰু থিৰেশ্বৰ দাসে ৷
February 7, 2023