২০২০ চনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পিছত ড্ৰাগছৰ গোচৰত শ্ৰদ্ধা কাপুৰৰ নামো আহিছিল । শ্ৰদ্ধাকো এই ক্ষেত্ৰত এনচিবিয়ে প্ৰশ্ন কৰিছিল ।
বিমানখন বৃহস্পতিবাৰে, অৰ্থাৎ ২৮ এপ্ৰিলত বাংগালুৰুৰ পৰা বেংককলৈ উৰা মাৰিব।
মোৰ পুৱাটো ভালদৰে পাৰ হ'ল
দ্যা ফ্লায়িং ছিগাল প্রডাকচনৰ দ্বাৰা প্রযোজিত চিনেমাখনত কুণাল শৰ্মা, জিলমিল হাজৰিকাই।
শিক্ষা প্রতিষ্ঠানবোৰৰ ২০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত কোনো ধৰণৰ সমাবেশ বা বিক্ষোভ প্রদর্শন কৰিব নোৱাৰিব।
আৰক্ষীয়ে হোটেলখনৰ কৰ্মচাৰীসকলকো সোধা-পোছা কৰিছে আৰু তেওঁলোকৰ বিবৃতি লিপিবদ্ধ কৰিছে। পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে।
মৃত লোকসকলক ক্ৰমে মুৰলীধৰ, আছলাম আৰু ফৈয়াজ বুলি চিনাক্ত কৰা হৈছে
ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰিছে
শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
সৰু সৰু কথাত পত্নীক সদায়ে মাৰ-ধৰ কৰি আহিছিল
প্ৰশিক্ষকগৰাকীয়ে জোৰকৈ বিষাক্ত পদার্থৰ বেজীটো হাতত সুুমুৱাই দিয়ে
পৰিয়ালটো কৰিমগঞ্জৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে
August 11, 2022