তেওঁ ফৌজদাৰী ক্ষেত্ৰখনতো চমকপ্ৰদ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। বিশিষ্ট আইনজ্ঞ, অসমৰ প্ৰাক্তন মহাধিবক্তা শ্ৰী পি কে গোস্বামীয়ে শৰ্মাৰ মৃত্যুত গভীৰ দুখ আৰু শোক প্ৰকাশ কৰি কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা বেঞ্চখনক এক গতি প্ৰদান কৰি সণ্জীবিত কৰি ৰখাৰ সম্পূৰ্ণ কৃতিত্ব সদ্যপ্ৰয়াত ভবেনশৰ্মাৰ।
Read Moreতেওঁ ফৌজদাৰী ক্ষেত্ৰখনতো চমকপ্ৰদ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। বিশিষ্ট আইনজ্ঞ, অসমৰ প্ৰাক্তন মহাধিবক্তা শ্ৰী পি কে গোস্বামীয়ে শৰ্মাৰ মৃত্যুত গভীৰ দুখ আৰু শোক প্ৰকাশ কৰি কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা বেঞ্চখনক এক গতি প্ৰদান কৰি সণ্জীবিত কৰি ৰখাৰ সম্পূৰ্ণ কৃতিত্ব সদ্যপ্ৰয়াত ভবেনশৰ্মাৰ।
Read Moreতৰুণ গগৈ আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কক বহু সময়ত বহুজনে পিতা–পুত্ৰৰ সম্পৰ্কৰ দৃষ্টিৰে চাইছিল।উল্লেখ্যযোগ্য যে, সাংবাদিকে সোধা এক ব্যক্তিগত অভিজ্ঞতাৰ প্ৰসংগত এইবাৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এক বিশেষ মুহূৰ্তৰ কথা।তৰুণ গগৈৰ শেহতীয়া জন্মদিনৰ দিনটোতো হিমন্ত বিশ্বই জনোৱা অনুৰোধ মানি চলিলে গগৈয়ে।
Read Moreএনে এজন ব্যক্তিৰ সৈতে এসময়ত কাম কৰাৰ সুযোগ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ৷তেওঁৰ অবৰ্তমানে অসমৰ ৰাজনীতিত এনে এক গভীৰ শূণ্যতাৰ সৃষ্টি কৰিলে যি স্থান পূৰণ কৰাটো ইমান সহজ নহ’ব৷এগৰাকী অনন্য ভৱিষ্যদৰ্শী তথা প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী শ্ৰীযুত তৰুণ গগৈ স্বৰূপাৰ্থতেই আছিল জনতাৰ আপোন নেতা৷
Read More