সোমবাৰে শিৰোমণি আকালি দলৰ (এছএডি) সভাপতি সুখবীৰ সিং বাদলে কয় যে মুখ্যমন্ত্ৰীক লুফথানছাৰ বিমানখনৰ পৰা বিমান নমাই অনাৰ বাতৰিয়ে সমগ্ৰ বিশ্বৰ পাঞ্জাবীসকলক লজ্জিত কৰিছে ।
Read More,মোডীয়ে তেওঁৰ ভাষণত দেশৰ পুতলা উদ্যোগক শক্তিশালী কৰাৰ বাবে মোডীয়ে আহ্বান জনায়।এই প্ৰসংগত মোডীয়ে অসমৰ ধুবুৰীৰ নাম বিশেষভাবে উল্লেখ কৰি কয় যে, "ধুবুৰীৰ লগতে উত্তৰ প্ৰদেশৰ বাৰানসী,কৰ্ণাটকৰ চান্নাপাটনা,তামিলনাডুৰ তাঞ্জাভৰ আদিৰ পুতলা উদ্যোগৰ বিশেষ নাম আছে।"
Read More