Born on November 8, 1967, Singh, an Indian Police Service (IPS) officer of the 1991 batch of the Assam-Meghalaya cadre, replaces Bhaskar Jyoti Mahanta who attained superannuation on Tuesday.
Read Moreগোস্বামীৰ এই কৃতিত্বত চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী তথা দয়াল গোস্বামীৰ জ্যেষ্ঠ ভাতৃ ড° হেমচন্দ্ৰ গোস্বামীৰ লগতে চামগুৰি সত্ৰৰ অধিকাৰ বৈষ্ণৱ তথা অঞ্চলটোতে আনন্দৰ বন্যা বৈছে। মাজুলীৰ উপায়ুক্ত পুলক মহন্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া বৰ্গই গোস্বামীৰ এই কৃতিত্বত অভিনন্দন জ্ঞাপন কৰিছে।
Read Moreবিশিষ্ট অভিনেতা কুলাদা কুমাৰ ভট্টাচাৰ্য আৰু ডাঃ অলকা গোস্বামীক ক্ৰমে পণ্ডিত তীৰ্থনাথ শৰ্মা স্মৃতি বঁটা আৰু নিৰ্মলা দেৱী স্মৃতি বঁটা প্ৰদান কৰা হয় ।
Read More