তেওঁ লগতে এই মতামতবোৰ প্ৰতিবেদন আকাৰে মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷
কোকৰাঝাৰত সাংবাদিকৰ আগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণে অসমত সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰে ।
কোনোবা এজনৰ বাবে এনেকৈ সদন অচল হ’ব নোৱাৰে । তাৰ পিছতেই বহিষ্কাৰ কৰা হ'ল অখিল গগৈক ।
এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল।বৰ্তমানে কাৰাগাৰত জীৱন অতিবাহিত কৰিছে আটাইকেইজন দোষীয়ে।
৩০/১০ৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী।
ৰাজ্যৰ প্ৰায় সকলো নৈ-উপনৈ ফেনে-ফোটোকাৰে বাঢ়ি থকাৰ লগতে নিতৌ ন ন স্থান প্লৱিত হৈ আছে৷
শিক্ষা বিভাগত ৫০ হাজাৰ ৪৬৫ টা পদ খালী হৈ আছে
বিধানসভাত মূল্য বৃদ্ধিৰ বিষয়ে আলোচনা কৰা নহয় তেন্তে আৰু কি আলোচনা কৰা হ'ব?
বিধানসভাৰ মজিয়াত কৃষক নেতা তথা নৱ নিৰ্বাচিত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিজৰ সংগ্ৰামী সত্তাৰ প্ৰদৰ্শন কৰে ।
বিধায়কৰ বিৰুদ্ধে কৰা তীৰ্যক মন্তব্যৰ বাবে প্ৰতিবাদ ।
বিধানসভাৰ নামফলকতো ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে বড়ো ভাষা ।
গুৰুজনাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণেৰে বাথৌ সম্প্ৰদায়ৰ অস্তিত্ব অক্ষুণ্ণ ৰখাত যথেষ্ট পৰিমাণে অৰিহণা আগবঢ়াব
January 28, 2023