"I don't know why people don't expect songs in Emergency...I love music, I might just have the longest song ever above 10 mins..For interval block..And great music tagging gvprakash and krutimahesh."
Read Moreআজি এই অনুষ্ঠানত ২০ গৰাকী মহিলাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুছ হাজৰিকাই আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ পিছত জিলাখনৰ মুঠ ৫,০০০ হিতাধিকাৰীক এই আঁচনিৰ অধীনত চেক প্ৰদান কৰা হয় আৰু বাকীসকলক ব্লক আৰু ৱাৰ্ড পৰ্যায়ত নিৰ্ধাৰিত টকাৰ চেক বিতৰণ কৰা হ’ব।
Read Moreপাছত প্ৰতিবাদস্থলীত টেঙাখাত ৰাজহ চক্ৰ বিষয়া, নামৰূপস্থিত উপ আৰক্ষী অধীক্ষক আৰু অইলৰ বিষয়াবৰ্গ উপস্থিত হৈ পথচোৱা নিৰ্মাণ সন্দৰ্ভত অতিশীঘ্ৰে ৰাইজৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিয়াত পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে
Read More