ভাৰতে ৯ ফেব্ৰুৱাৰীত নাগপুৰত প্ৰথমখন টেষ্ট খেলি শৃংখলাৰ আৰম্ভণি কৰিব ।
গৃহৰক্ষী গৰাকীয়ে প্ৰাণ হেৰুওৱাৰ তিনিদিন পিছত তেওঁৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে লুৰিণজ্যোতি গগৈয়ে।
আনহাতে অসম চৰকাৰেও পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।
শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁলোকক কৰিমগঞ্জলৈ লৈ যোৱা হয় আৰু ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দি হৈ বাংলাদেশলৈ পঠিওৱা হয়।
প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰে শান্তি বজাই ৰখা নহ’লে দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক নহ’ব ।
মিজোৰামৰ সমীপত অৱস্থিত এই সীমান্তৰ পৰাই কিছুদিন পূৰ্বে অসম ৰাইফলছৰ অভিযানকাৰী দলে বৃহৎ সংখ্যক বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছিল ৷
কাশ্মীৰত এই মুহূর্তত কাশ্মীৰত ১৫০-২০০ সন্ত্ৰাসবাদী সক্রিয় হৈ আছে। তাৰে ভিতৰত ৪০-৪৫ শতাংশই পাকিস্তানী।
পাকিস্তানী সৈন্যৰ গুলীয়ে তেওঁৰ পুত্ৰৰ বুকুত আঘাত কৰাৰ দৃশ্যাংশ আছিল তেওঁলোকৰ বাবে এক অতি আৱেগিক মুহূৰ্ত।
দুয়োখন দেশে এই সন্দৰ্ভত পৰৱৰ্তী কূটনৈতিক পৰ্যায়ৰ আলোচনাৰ শীঘ্ৰে অনুষ্ঠিত কৰিব।
চাক্কান দা বাগত ঈদ-উল-ফিতৰ উপলক্ষে ভাৰত আৰু পাকিস্তানী সেনাই মিঠাই বিতৰণ কৰিছিল।
১,৮০০ কিলোমিটাৰ খোলা সীমা ভাগ বতৰা কৰা নেপালৰ সৈতে ভাৰতে মুঠ ৩৭ টা পথৰ ভাগ বতৰা কৰে ।
February 1, 2023