অৰুণাচল প্ৰদেশৰ কিক বক্সিং এছ’চিয়েচনৰ সাধাৰণ সম্পাদক চাৰু গোবিনে মঙলবাৰে খেলুৱৈগৰাকীক উন্নত চিকিৎসা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনালেও দুৰ্ভাগ্যজনকভাৱে খেলুৱৈগৰাকীৰ মৃত্যু হয় ।
২৮ জুলাইৰপৰা ৮ আগষ্টলৈ বার্মিংহামত অনুষ্ঠিত হ'ব কমনৱেল্থ গেমছ ।
আমাৰ দেশৰ মানুহে যুদ্ধ নিবিচাৰে
এই প্ৰতিযোগিতাৰ স্বৰ্ণ পদক বিজয়ীসকলে পদকৰ উপৰিও লাভ কৰিব ১ লাখ মাৰ্কিন ডলাৰ ৷
অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ।
অসমৰ পৰা প্ৰায় ১৪০ জনীয়া এটা দল গোৱাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৰাওনা হৈছে।
দিল্লী যাত্ৰাৰ পূৰ্বে শুকুৰবাৰে পুৱা গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত সাংবাদিকৰ সৈতে এক বিশেষ অনুষ্ঠানত ভাগ লয়।
Earthen lamps will be lit at at 6 pm today in the Nehru Stadium here in the presence of the Chief Minister and other diginitaries.
খেলখনত বিচাৰকৰ দুৰ্বল ভূমিকাৰ ওপৰত আঙুলি উঠাই মেৰী কমে নিজৰ পৰাজয়ক একপ্ৰকাৰে মানি ল'ব পৰা নাই ।
She will meet Surmeneli Busenaz of Turkey in the first semifinal on August 4, a win assuring her of at least a silver medal.
ভেলেন্সিয়া অলিম্পিক পদক জয় কৰা দেশৰ প্ৰথম গৰাকী মহিলা বক্সাৰ
ড০ মিনু অৰুণাচল অপেচাদাৰী বক্সিং সংস্থাৰ (এএবিএ) সভানেত্রীৰ পদতো বিৰাজমান হৈ আছে
February 8, 2023