জাদেজা আৰু ধোনীৰ লগতে, মইন আলীক ৮ কোটি টকা আৰু ৰিতুৰাজ গায়কোৱাড়ক ৬ কোটি টকাত ৰিটেইন কৰি ৰাখিছিল চেন্নাই চুপাৰ কিংছে ।
বেটিং কৰাটো বেটাৰসকলৰ বাব্ ইমান সহজ নহয়
ফ্ৰেঞ্চাইজিবোৰে ৩০ নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ দলত ৰাখিব বিচৰা খেলুৱৈৰ তালিকা দাখিল কৰিব লাগিব ।
চেন্নাই চুপাৰ কিংছে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি তেওঁলোকৰ চতুৰ্থটো খিতাপ জয় কৰিছিল
আই পি এলত ইতিহাসৰ অন্যতম সফল দল হিচাপে প্ৰমাণিত কৰি দেখুৱাইছে
চি এচ কে দ্বিতীয় পৰ্যায়ত তেওঁলোকৰ দুয়োখন মেচ জিকিছে।
ছেহৱাগৰ সৈতে প্ৰৱঞ্চনা কৰাৰ বাবে সুৰজ ৰন্দিভ সমগ্ৰ বিশ্বতে বদনাম হৈ পৰিছিল
আজি ধোনীৰ ৪০ তম জন্মদিন ।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ হোৱাৰ লগে লগে দৰ্শকৰ মাজত সৃষ্টি হৈছে পাৰ ভঙা উৎসাহৰ ।
আই পি এল ২০২১ৰ বাবে জছ হেজলউডৰ সলনি অষ্ট্ৰেলিয়াৰ পেচাৰ জেচন বেহৰেনডৰ্ফক চুক্তিবদ্ধ কৰিছে।
মঈনে এতিয়ালৈকে ১৯ খন আই পি এল মেচ খেলি ৩০৯ ৰাণ সংগ্ৰহ কৰিছে
Rajasthan Royals on Thursday announced that batsman Robin Uthappa has been traded to Chennai Super Kings in an all-cash deal ahead of the upcoming Indian Premier League (IPL) 2021.
May 28, 2022