দেশৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি দুয়োগৰাকীৰ নিৰ্বাচন সমসাময়িকভাৱে অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰক্ৰিয়া আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে সমাপ্ত হ’ব।
জাদেজা আৰু ধোনীৰ লগতে, মইন আলীক ৮ কোটি টকা আৰু ৰিতুৰাজ গায়কোৱাড়ক ৬ কোটি টকাত ৰিটেইন কৰি ৰাখিছিল চেন্নাই চুপাৰ কিংছে ।
ক্ৰিকেটৰ বিষয়ে তেওঁৰ সৈতে বহুবাৰ কথা পাতিছোঁ
ভাৰতৰ টেষ্ট দলৰ উপ-অধিনায়কৰ দায়িত্বও দিয়া হৈছিল
ভূপালৰ বইৰাগড় শ্মশানত সম্পন্ন হয় তেওঁৰ শেষকৃত্য। নিহতৰ পৰিয়ালক এক কোটি টকা ‘সন্মান নিধি’ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্রীয়ে।
আমি ইজনে সিজনৰ বিষয়ে যি ভাবোঁ সেয়া অধিক গুৰুত্বপূৰ্ণ
মানুহে কি কৈছে তাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। মানুহে কোৱা কথাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাই।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক তিনিখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ১৮ জনীয়া দলটো ঘোষণা কৰে
সৌৰভ গাংগুলী আৰু জয় শ্বাহে বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'ব
নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে ভাৰতীয় দলটোৱে
এক ৰোমাঞ্চকৰ খেলত ভাৰতে নিউজিলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে।
চেন্নাই চুপাৰ কিংছে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি তেওঁলোকৰ চতুৰ্থটো খিতাপ জয় কৰিছিল
March 2, 2023