কেদাৰনাথ ধাম তীৰ্থযাত্ৰাৰ বাবে ৬ মে'ত মুকলি কৰা হৈছিল, আনহাতে বদ্ৰীনাথ ধামৰ বাবে দুৱাৰ ৮ মে'ত মুকলি কৰা হৈছিল।
বদ্ৰীনাথ, কেদাৰনাথ, গঙ্গোত্ৰী আৰু যমুনোত্ৰী, যাক চাৰধাম বুলি জনা যায়
ক'ভিড-১৯ মহামাৰী অন্তত পৰিস্থিতি সুস্থিৰ হোৱাৰ লগে লগে মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰী সকলৰ বাবে মুকলি কৰি দিয়া হ'ব
ফলাফল ঘোষণাৰ পূৰ্বে দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো বিজয় উৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে।দ্ৰৌপদী মূৰ্মূৰ জয়ৰ পূৰ্বেই অসমত আনন্দৰ লহৰ।
ইয়াৰে ৩, ১৯২ জন পুৰুষ, ৬৪১ গৰাকী মহিলা, ১৩ টি শিশু, ১৭৪ জন সাধু আৰু ছগৰাকী সাধ্বী।
J&K DGP Dilbag Singh said 13 pilgrims were killed in the cloudburst that hit the area around 5.30 p.m.
গুৱাহাটীত ভক্তসকলে ভগৱান জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা উৎসৱ উপলক্ষে এক শোভাযাত্ৰা বাহিৰ কৰে ।
যাত্ৰীসকলে খোজকাঢ়ি, ঘোঁৰা অথবা দাণ্ডিৰ সহায়ত যাত্ৰা কৰিছে যদিও একাংশ যাত্ৰীয়ে হেলিকপ্টাৰেৰে ঘাপ্পালৈ ৰাওনা হয় ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত বাৰ্ষিক তীৰ্থযাত্ৰাৰ পৰ্যালোচনা কৰাৰ পিছত দুখনকৈ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।
ভিৰ ব্যৱস্থাপনাৰ বাবে অনলাইন পঞ্জীয়ন বাধ্যতামূলক কৰিছিল।
ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে
পৰিমল শুক্লবৈদ্য, প্ৰমোদ বড়োৰ লগতে তংকেশ্বৰ ৰাভাই বন্তি প্ৰজ্বলন কৰে
প্ৰতিখন ৰথ ৫০০ জন লোকেহে টানি নিব পাৰিব
August 15, 2022