গোচৰ ৰুজু কৰা হৈছে
Read Moreৰে'ল আৰক্ষীয়ে বেগ চাৰিটা মৰিয়নী ৰে'ল জংচনত নমাই পৰীক্ষা কৰাত বেগ চাৰিটাত প্ৰায় ৪০০ ৰো অধিক বিদেশী চিগাৰেটৰ পেকেট উদ্ধাৰ হয়।Esse ব্ৰেণ্ডৰ 'Mead in korea' special gold বুলি পেকেটৰ ওপৰত লিখা থকা চিগাৰেট খিনিৰ বজাৰৰ আনুমানিক মূল্য প্ৰায় ৮ লাখ টকা হ'ব বুলি ৰে'ল আৰক্ষীয়ে প্ৰকাশ কৰে।
Read More