এনে কৌশলত লিপ্ত হৈ থকাৰ পৰিৱৰ্তে, বিজেপিয়ে জনসাধাৰণৰ কল্যাণৰ বাবেহে কাম কৰা উচিত।
Read Moreমন্ত্ৰীগৰাকীক সংগ দিয়ে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, ড° পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যােতি দাস আৰু জিলা উপায়ুক্ত তথা আন বিভাগীয় বিষয়াসকলে ।
Read Moreকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় লগতে হাতী, ম'হ, বিভিন্ন প্ৰজাতিৰ হৰিণকে ধৰি বিভিন্ন প্ৰজতিৰ তৃনভোজী প্ৰাণী আছে ৷ আৰু এই তৃণ ভোজী প্ৰাণী ওপৰতে নিৰ্ভৰ কৰি মাংসভোজী প্ৰাণী বোৰো আছে ৷ তৃণভোজী আৰু মাংসহাৰী প্ৰাণীৰ সমতাৰ বাবে আৰু তৃণভোজী প্ৰাণীৰ পৰ্যাপ্ত খাদ্যৰ বাবেই কাজিৰঙাত বাৰ্ষিক ঘাঁহনি জ্বলোৱাৰ ব্যৱস্থা কৰা হয় ৷
Read More