এজন লোক ধৰা পৰিছে
দিল্লীৰ পিছত সংক্রমণৰ শীর্ষত আছে হাৰিয়ানা (৫৭১), কেৰালা (৩৮৬) আৰু উত্তৰ প্রদেশ (১৯৮)।
ইয়াৰ পৰা সুৰক্ষাৰ বাবে মাত্ৰ সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।
ৰাজ্যখনত এটা দিনত ৪৮৮ জন আক্রান্ত হৈছে। মৃত্যু হোৱা ৪০ জনৰ ভিতৰত কেৰালাৰেই ৩৪ জন।
সমগ্ৰ ভাৰতত এই পৰ্যন্ত মুঠ ১৮৬ কোটি ৫৪ লক্ষ ৯৪ হাজাৰ ৩৫৫ জনৰ ভেকচিন দিয়া হৈছে।
কিন্তু আগৰ তুলনাত সামান্য হ্ৰাস পাইছে দৈনিক সংক্ৰমণৰ ।
অর্থনৈতিকভাৱে পিছ পৰি থকা দেশসমূহত এই ছিটা ব্যৱহাৰ কৰিব পৰা যাব ।
বাৰ্ড ফ্লুৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি, কুকুৰাৰ নমুনা ইতিমধ্যে পুনেৰ এটা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
তাৰ ভিতৰত কেৱল কেৰালাতেই ১ হাজাৰ ৬৩ জনৰ মৃত্যু হৈছে।
এই নিয়ম অৱলম্বন কৰিলে শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
ৰাজ্যৰ অন্য জিলাত পঞ্চম শ্রেণীলৈ বন্ধ হৈ আছিল শিক্ষানুষ্ঠান।
ভাইৰাছ থেৰাপী বুলি কোৱা হয়
দেশৰ ৰাজধানী চহৰৰ বাবে ই এক ভাল খবৰতকৈ কোনো ৰকমে কম নহয়।
তেওঁ নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ বাবে দিয়া ভাষণত এই বাৰ্তাটো উল্লেখ আছিল।
ইয়াৰ পূৰ্বে চনুক ২১ জানুৱাৰীত মুক্তিপাবলগীয়া ড° চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ ছবি “পৃথ্বীৰাজ” ত দেখা পোৱা যাব। য়শ ৰাজ বেনাৰত নিৰ্মিত ছবিখনত অক্ষয় কুমাৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
৫০ বছৰৰ কম ৰোগীৰ সংখ্যা ৮০ শতাংশতকৈ কম আছিল আৰু প্ৰায় ১৯ শতাংশ আছিল ০-৯ বছৰ বয়সৰ শিশু। সৰ্বাধিক সংখ্যক আক্ৰান্ত ৩০-৩৯ বছৰ বয়সৰ আছিল।
খবৰ অনুসৰি অমাইক্ৰনৰ লক্ষণ দেখা ব্যক্তিজন কিছুদিন পূৰ্বে উত্তৰ আফ্ৰিকাৰ পৰা উভতি আহিছিল।
এতিয়ালৈকে ক’ভিডৰ এই নতুন প্ৰজাতিৰ সংক্ৰমণ বিশ্বৰ ১৬ খন দেশলৈ বিয়পিল ।
ভাইৰাছটোৰ নতুন প্ৰকাৰটো বি.১.১.৫২৯ বুলি চিনাক্ত কৰা হৈছিল
May 26, 2022