অ'মিক্ৰনৰ বিৰুদ্ধে ভালদৰে কাম কৰে
এতিয়া অধিক সতৰ্ক হৈ পৰিছে কৰ্ণাটক চৰকাৰ ৷
প্ৰতিখন ক’ভিড চিকিৎসালয়ত অনুষ্ঠিত কৰা হ’ব এই মকড্ৰিল ৷
আজি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ক’ভিড-১৯ৰ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৩৮০লৈ হ্ৰাস পাইছে ।
ভাইৰাছ বিশেষজ্ঞৰ মতে, এই শীতকালত চীনত তিনিটা ক'ভিডৰ ঢৌ আহিব ।
প্ৰতিবাদস্থলীত চৰকাৰবিৰোধী বিভিন্ন শ্লোগানো দিয়ে প্ৰতিবাদকাৰীসকলে ।
সমগ্ৰ অক্টোবৰ অৰ্থাৎ নৱেম্বৰ মাহলৈকে ডেংগুৰ প্ৰাদুৰ্ভাৱ ভালদৰে চলি থাকিব। ডিচেম্বৰৰ মাজভাগত ই সামান্য হ্ৰাস পাব।
সামান্য উন্নত হৈছে
৫,২৬,৩১২ জন ৰোগীৰ মৃত্যু হৈছে
মাঙ্কিপক্স ৰোগীসকলে মাক্স পৰিধান কৰাটো বাধ্যতামূলক ।
৫,২৬,১৬৭ জনলৈ বৃদ্ধি পাইছে
বাগিচা লীজত দিয়া সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ নকৰিলে আজ ই ইয়াৰ প্ৰতিবাদত তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি নেতায়ে সকীয়নি প্ৰদান কৰিছে।
ইফালে ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে এইবাৰ ভক্তৰ সমাৱেশ বেছি হ'ব বুলিও ধাৰণা কৰা হৈছে ।
দিল্লীৰ পিছত সংক্রমণৰ শীর্ষত আছে হাৰিয়ানা (৫৭১), কেৰালা (৩৮৬) আৰু উত্তৰ প্রদেশ (১৯৮)।
ইয়াৰ পৰা সুৰক্ষাৰ বাবে মাত্ৰ সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।
যুৱ প্ৰজন্ম অতি প্ৰগতিশীল। এইটো মনত ৰাখিব লাগিব যে এইচ.আই.ভি. আন সংক্ৰামক ৰোগৰ দৰে বিয়পি নাযায়।
যান-বাহন চলাচলতো জাৰি হৈছে কঠোৰ নিয়ম। ইয়াৰ ফলত পণ্য পৰিবহণতো প্রভাৱ পৰিছে।
দুয়োটা দলে ৬ ফেব্ৰুৱাৰীৰ পৰা আহমেদাবাদত তিনিখন এদিনীয়া শৃংখলা খেলিব,কিন্তু কৰ'না সংক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইয়াক লৈ সংশয়ৰ সৃষ্টি হৈছিল।
তাৰ ভিতৰত কেৱল কেৰালাতেই ১ হাজাৰ ৬৩ জনৰ মৃত্যু হৈছে।
বিগত ২৪ ঘণ্টাত কৰা ৰাজ্যখনত সম্পন্ন হোৱা মুঠ ৫৬,৫১৯ টা ক'ভিড পৰীক্ষাৰ ভিতৰত নতুনকৈ আক্রান্ত হোৱা লোকসকল ক্ৰমে কামৰূপ মহানগৰত সৰ্বাধিক ১০৪৪ জন ।
ৰাজ ভৱনৰ কাৰ্যসূচী বাতিল কৰা হৈছে
ক'ভিড আৰোগ্যৰ হাৰ ৯২.৮১ শতাংশ
অৱশ্যে সকলো ক্ষেত্রতেই চিকিৎসক, নাৰ্ছ, শল্যচিকিৎসক, স্বাস্থ্যকর্মীসকলে সম্পূর্ণ ক'ভিডবিধি আৰু সুৰক্ষাবিধি মানি কাম কৰিব লাগিব।
February 8, 2023