অসমৰ দ্বিপজ্যোতি শইকীয়াই ৪৩ ৰানত দুটা, অম্লানজ্যোতি দাসে ২৯ ৰানত দুটা উইকেট লয়।
ফিন এলেন, ডেভন কনৱে, ব্ৰেচৱেল সুন্দৰ ফৰ্মত। গতিকে টীম ইণ্ডিয়াই আজি কেনে খেল প্রদর্শন কৰে সেয়া হ'ব লক্ষণীয়।
গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ হোমগ্ৰাউণ্ড হিচাপে আই পি এলৰো দুখন মেচ অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰি থকা হৈছে ।
India-Sri Lanka ODI cricket match in Guwahati
বর্ষাপাৰা ষ্টেডিয়ামত ইতিমধ্যে দুখন টি-২০ অনুষ্ঠিত হৈ গৈছে । এইবাৰ ৫০ অ'ভাৰৰ আন্তর্জাতিক এদিনীয়া খেলখন অনুষ্ঠিত হ'ব ।
অন্যহাতে ভাৰতৰ সূর্যকুমাৰ যাদৱক বছৰৰ শ্ৰেষ্ঠ পুৰুষ টি-২০ ক্ৰিকেটাৰৰ বাবে শটলিষ্ট কৰা হৈছে আৰু আৰ্শদীপ সিঙক বছৰৰ শ্রেষ্ঠ উদীয়মান খেলুৱৈৰ বাবে শর্টলিষ্ট কৰা হৈছে।
ডিমৌ ক্রিকেট সন্থাৰ অধীনৰ একাডেমীত বর্তমান ৬৫ জন ল'ৰাই আৰু ৫ গৰাকী ছোৱালীয়ে প্ৰশিক্ষণ লৈ আছে বুলিও ডিমৌ ক্রিকেট একাডেমীৰ সম্পাদক তাৰিণী মোহন গগৈয়ে জানিবলৈ দিয়ে।
এই প্ৰতিযোগিতাত তেওঁ মাত্ৰ এটা অৰ্ধশতকহে অৰ্জন কৰিছিল। সেইটোও আহিছিল নেদাৰলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে।
বিশেষকৈ অসম ক্রিকেট সন্থাৰ সম্পাদক পদৰ দৰে গুৰু দায়িত্বত থকাৰ বাবে পুনৰ আন এটা দায়িত্ব লাভ কৰিছে দেৱজিৎ শইকীয়াই।
যদিও সাক্ষাৎকাৰত উৰ্বশী ঋষভে নাম কোৱা নাছিল,তেওঁ সংক্ষেপে আৰ পি বুলি কৈছিল!
ওড়িশা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমে (আইডিচিঅ') নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ যোৱা ২০২১ চনৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী নবীন পাটনায়কে আধাৰশিলা স্থাপন কৰিছিল ৷
বলিঙতো বেংগলৰ তাৰকা তথা প্রথম শ্রেণী ক্রিকেটত চমক দেখুওৱা মুকেশ কুমাৰে স্থান পাব পাৰে। ঘৰুৱা পথাৰত কাইলৈ খেলাটো নিশ্চিত হৈছে কূলদীপ যাদৱৰ।
প্ৰশিক্ষকসকলক সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰশিক্ষণ সামৰিবলৈ নিৰ্দেশ দিছিল ষ্টেডিয়াম প্ৰশাসকে।
ইফালে ষ্টেডিয়াম প্ৰশাসক অজিত চৌধুৰীয়ে কৈছিল যে এই সিদ্ধান্ত কেৱল গৰমৰ বাবেহে লোৱা হৈছে।
অসন্তুষ্টি প্ৰকাশ কৰে
আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰিকেটৰ ৰোমাঞ্চকৰ ভৱিষ্যতৰ ওপৰত আমাৰ বিশ্বাস আছে।
ৱাংখেড়েত হ’ব ২০খন, ব্রেবোর্নত হ’ব ১৫খন, ডি ৱাই পেটেল ষ্টেডিয়ামত হ’ব ২০খন মেচ আৰু পুনেৰ এমচিএ ষ্টেডিয়ামত হ’ব ১৫খন মেচ।
মোৰ দেউতাই এখন অটো চলাইছিল আৰু মোৰ এখন প্লাটিনা আছিল।
অখিল গগৈয়ে এইবাৰ থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী জয় হোৱাৰ পাছত এই দুৰ্নীতিৰ উচিত তদন্ত কৰা হ'ব বুলি ব্যক্ত কৰে।
এবাৰ এজন অনুৰাগী ষ্টেডিয়ামৰ পৰা ওলাই গ'লে, তেওঁ পুনৰ ভিতৰলৈ আহিব নোৱাৰিব।
February 4, 2023