ইয়াৰোপৰি শিশুসকলৰ মনস্তত্বৰ বিকাশৰ বাবে সম্পূৰ্ণ থিয়েটাৰী প্ৰক্ৰিয়াৰে মাজুলী কালচাৰেল ফাউণ্ডেচনে প্ৰতিবছৰে শিশু নাট কৰ্মশালা অনুষ্ঠিত কৰি একোখনকৈ নাটক মঞ্চস্থ কৰি আহিছে।
Read Moreচাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক মৃদুল ডেকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত বক্তব্য ৰাখি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোঁহাইয়ে কয় যে জীৱনশৈলী উন্নত কৰিবলৈ হলে কঠোৰ পৰিশ্ৰমৰ উপৰিও বুদ্ধিদীপ্ত কামৰ জৰিয়তে সমান্তৰালভাবে আগবাঢ়িব লাগিব ।
Read More“I want to assure the people of Bodoland that the government is committed to the all round development of the Bodo region. We are also committed to the preservation and promotion of the cultural identity, language, music and dance of the Bodo region and political empowerment of the region,” Shah said.
Read Moreসেইসমুহৰ ভিতৰত বহুতো আন্তৰাষ্ট্ৰীয় লেখকৰ গ্ৰন্থ আৰু গৱেষণাধৰ্মী মুল্যবান গ্ৰন্থও আছে । এনে গ্ৰন্থৰ সংখ্যাধিক্যতাৰ বাবে আৰু নতুনকৈ বহু গ্ৰন্থৰ অন্তভুক্তিৰ বাবে এই বিনামুলীয়া বিতৰণ কাৰ্যসূচী হাতত লোৱা হৈছে ।
Read Moreআজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতা মুকলি কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই দেশৰ স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা সংগ্ৰামী সকলক সোৱৰণ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ।
Read Moreএই প্ৰশিক্ষণ কাৰ্যসূচী উদ্ধোধন কৰি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান আৰুণাচল প্ৰদেশে কেচুসাৰ উৎপাদনৰ জৰিয়তে স্বনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লয় আৰু এই দিশত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সকলোধৰণৰ প্ৰযুক্তিগত সহায় আগবঢ়াব বুলি প্ৰকাশ কৰে ।
Read MoreAccording to an official notification, university authorities have, in view of the detection of COVID-19 cases amongst some of the university hostel dwellers,, also cancelled the cultural function scheduled on Tuesday.
Read MoreFurther, the Ministry of Commerce, Government of India, in collaboration with the State Government will set up packaging and training facilities in Assam for agricultural and other commodities. A NABL accredited laboratory will be set up in Assam for the testing of spices and other products.
Read MoreThe event was graced by Ghanshyam Dass, IAS, Secretary, IT Department, Assam and The Commissioner of Police, Guwahati, Harmeet Singh, IPS. Kanishk Gaur, Founder, India Future Foundation, Col. Sunil Kapila, Senior Adviser, India Future Foundation and Cyber Security Expert and Ankita Nayak, Trust and Safety Lead, FB & IG (Central, East & North East of India) were also present at the event.
Read MoreTwenty-eight forest guards from five wildlife division of Nagaland had attended the training programme from 7th to 12th Feb,2022. A field study was conducted at Hollongapar Gibbon Wildlife Sanctuary in Assam.
Read More