তেওঁ এই দাবীৰ সমৰ্থনত সুৰা নীতিৰ গোচৰত চাৰ্জশ্বীটত চিছ’দিয়াৰ নাম নাই আৰু তালাচীত কোনো হিচাপহীন নগদ ধন পোৱা নগ’ল বুলি যুক্তি প্ৰদৰ্শন কৰিছিল।
ইফালে মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আম আদমি পাৰ্টিয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।
আজি দিনৰ প্ৰায় ১২ বজাত দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে আপে।
ইয়াৰ পিছতেই ৰবিবাৰে গোটেই দিনটো চিবিআই-এ জেৰা কৰাৰ অন্তত আবিকাৰীৰ কেলংকাৰী আৰু প্ৰমাণ নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীক।
তাৰ পিছত স্পাইছজেট কোম্পানীৰ ফালৰ পৰা যাত্ৰীসকলক আদৰণি জনোৱা হয়।
কংগ্ৰেছ নেতাগৰাকীয়ে যাত্ৰা কৰিবলগীয়া ইণ্ডিগো এয়াৰলাইন্সৰ বিমানখনৰ যাত্ৰাও বাতিল কৰা হৈছে।
Shilpa Bhatia, Chief Commercial Officer, SpiceJet said, “We are excited to extend our network to Shillong. Meghalaya is one of the most sought after tourist destinations in the North East
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে মেয়ৰ নিৰ্বাচনত উপ ৰাজ্যপালে মনোনীত কৰা সদস্যসকলে ভোটদান কৰিব নোৱাৰিব।
কেন্দ্ৰীয় চৰকাৰ আৰু কৰ বিভাগে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
প্ৰায় ৪০০ কেজি সৰ্বমুঠ ওজনৰ এই কাছ কেইটাৰ বজাৰ মূল্য ৫.২৮ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। পিছত ৰে’ল আৰক্ষীয় কাছ কেইটা বন বিভাগৰ হাতত গতাই দিয়ে।
যোৱা মাহত চৰকাৰে বিতৰ্কিত তথ্যচিত্ৰখনৰ লিংক শ্বেয়াৰ কৰি একাধিক ইউটিউব ভিডিঅ’ আৰু টুইটাৰ পোষ্ট ব্লক কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ।
দিল্লী-মুম্বাই এক্সপ্ৰেছ ৱে’ ছখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যাব। ৰাজ্যকেইখন হ’ল- দিল্লী, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰ।
March 2, 2023