বিশ্বকাপ ফাইনেলত খেলা ধোনীৰ সেই দুৰ্দান্ত বেটখন সৰ্বমুঠ ৭২ লাখ টকাত নিলামত বিক্ৰী হয় । পত্নী সাক্ষীৰ এটা সামাজিক সংস্থাত উক্ত ধনৰাশি জমা হয় । যি এতিয়ালৈকে এখন বেটৰ সৰ্বাধিক নিলাম মূল্য ।
ধোনীয়ে টি-২০ত ৭৩ টা অৰ্ধশতক আৰু ১০ টা শতকৰ সৈতে ১,৬১৭ ৰাণ সংগ্ৰহ কৰে।
১২১ মেচ জিকিছে
এই অভিযোগৰ লগতে ২০ এপ্ৰিলৰ ভিতৰত বিজ্ঞাপন বন্ধ কৰিবলৈ নতুবা ইয়াৰ কিছু দৃশ্য সালসলনি কৰাৰ দাবী প্ৰকাশ কৰিছে ।
জাদেজা আৰু ধোনীৰ লগতে, মইন আলীক ৮ কোটি টকা আৰু ৰিতুৰাজ গায়কোৱাড়ক ৬ কোটি টকাত ৰিটেইন কৰি ৰাখিছিল চেন্নাই চুপাৰ কিংছে ।
আই পি এলৰ ১৫ তম ছিজন আৰম্ভ হৈছে
এইটো নিজেই এক ৰহস্যজনক কাহিনী, যিটো এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই।
চেন্নাই চুপাৰ কিংছে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি তেওঁলোকৰ চতুৰ্থটো খিতাপ জয় কৰিছিল
জানিবলৈ পৰা মতে কপিল শৰ্মা অনুষ্ঠানৰ পূৰ্বৰ স্থায়ী অতিথি তথা ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱেও শচীনক আমন্ত্ৰণ জনাইছিল যদিও তেওঁ সেই অনুষ্ঠানত অংশ লোৱা নাছিল।
মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ অধিনায়কত্বত দলৰ খেলুৱৈসকলক যথেষ্ট সুযোগ দিছিল
তেওঁ দেওবাৰে ২৮ টা বলত গুৰুত্বপূৰ্ণ ৪০ ৰাণ সংগ্ৰহ কৰি দলৰ জয়ত আগভাগ লৈছিল।
চি এচ কে দ্বিতীয় পৰ্যায়ত তেওঁলোকৰ দুয়োখন মেচ জিকিছে।
January 30, 2023