এআইইউডিএফৰ সভাপতি মৌলনা বদৰুদ্দিন আজমলৰ হিন্দু মহিলাৰ প্ৰতি কৰা অশালীন মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
Read Moreজৰীপ দলৰ সদস্য বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীপ শৰ্মাৰ কেমেৰাত বন্দী হৈছে ব্ৰহ্মপুত্ৰৰ বালিত থকা এটা ঘৰিয়ালৰ ছবি ৷ ইয়াৰ আগতে কাজিৰঙাত ঘৰিয়াল দেখাৰ প্ৰমানিক তথ্য পোৱা হোৱা নাছিল ৷
Read Moreপাছত প্ৰতিবাদস্থলীত টেঙাখাত ৰাজহ চক্ৰ বিষয়া, নামৰূপস্থিত উপ আৰক্ষী অধীক্ষক আৰু অইলৰ বিষয়াবৰ্গ উপস্থিত হৈ পথচোৱা নিৰ্মাণ সন্দৰ্ভত অতিশীঘ্ৰে ৰাইজৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিয়াত পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে
Read MoreThough it has been nearly 16 years since its release, "Dil Chahta Hai" is still one of the most loved coming-of-age dramas in Bollywood, but director Farhan Akhtar is currently in no mood to take the story of the buddy trio forward.
Read MoreThe Special DG of Assam heading the Task Force informed that the zero rhino poaching in 2022 could be achieved because of a multi-pronged strategy adopted by the force to check rhino poaching in Assam across all rhino-bearing areas.
Read Moreএই উপলক্ষে মৰিগাঁও সদৰ বিহুতলীত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই মাৰ্চ পাছৰ কাৰ্যসূচী শুভৰাম্ভ কৰা অনুষ্ঠানটোত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস,অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাকে আদি কৰি আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।
Read More