তেলৰ নাটনিৰ ফলত চৰকাৰে শিক্ষানুষ্ঠান, কাৰ্যালয় আদিকে ধৰি অনুষ্ঠান প্রতিষ্ঠানসমূহ অনির্দিষ্ট কাললৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰী কৰিছে।
সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত এতিয়া অধিক ভাৰ দি যাত্ৰা কৰিবলগীয়াটো সাধাৰণ মানুহৰ বাবে যথেষ্ট কষ্টকৰ হৈ পৰিছে ।
আনহাতে, বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা পেট্ৰ'ল-ডিজেলৰ মূল্য স্থিৰ আছিল যদিও ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ফলত বিগত ১৪ দিন ধৰি একেৰাহে ইন্ধনৰ মূল্য বৃদ্ধি হৈ আছে ।
আনহাতে, গুৱাহাটীত আজি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হৈছে লিটাৰত ক্ৰমে ১০৪.৭৭ টকা আৰু ৯০.৫৬ টকা।
যোৱা ৮ বছৰত দেশবাসীৰ পকেটৰ পৰা ২৬ লাখ কোটি টকা লুটিলে বিজেপি চৰকাৰে।
নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতেই পুনৰ দাম বাঢ়িব লৈছে ।
আমি কোম্পানীৰ আধাৰ শক্তিশালী কৰিবলৈ চেষ্টা কৰিছো। এতিয়া ইন্ধনবিতৰণত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সময়।
পেট্ৰ’ল, ডিজেলৰ মূল্য হ্ৰাস হ’ল। এতিয়া অন্য সামগ্ৰীৰো মুল্যবৃদ্ধি হ্ৰাস হ’ব।
কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাছতে ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত ভেট ৭ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰে ৷
এটিএফক প্ৰায় ৭৯ টকাৰ প্ৰতি লিটাৰত ক্ৰয় কৰিব পাৰি আনহাতে দিল্লীত পেট্ৰ'লে ১০৫ টকাৰ সীমা অতিক্ৰম কৰিছে।
১ অক্টোবৰত পেট্ৰ'লিয়াম কোম্পানীসমূহে এটা এলপিজি চিলিণ্ডাৰৰ মূল্য ৪৩.৫০ টকা বৃদ্ধি কৰিছিল।
August 15, 2022