দিছপুৰ জনতা ভৱনত বিপিএফৰ তিনিজন প্ৰতিনিধি উপস্থিতিত এই ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
অৱশ্যে, মহাবিদ্যালয়খনত দ্বিতীয় বৰ্ষৰ প্ৰাক-পৰীক্ষা চলি আছে।
বৰাই লগতে পৌৰ সভা নিৰ্বাচনৰ বাবে স্থানীয় ভাবে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাত গুৰুত্ব দিয়ে।
জি এছ ৰোডৰ পৰা চুপাৰমাৰ্কেট আৰু পল্টন বজাৰলৈ শেষত যান-জঁটৰ সমস্যা প্ৰায় ৮০ শতাংশলৈ হ্ৰাস কৰিব।
আজিৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব কুইন ওজা, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, অশোক সিংঘাল,অতুল বৰা।
এই ঘটনাটো সংঘটিত কৰাৰ পাছত কোনো ধৰণৰ অনুতপ্ত নোহোৱা যুৱতীগৰাকীয়ে অৱশেষত জামিন লাভ কৰে।
দুখন চাইকেলৰ লগতে, দুটা মোবাইল ফোন আৰু এটা লেপটপকে ধৰি অধিক চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়
সোমবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযুক্তজনক কৰায়ত্ত কৰে
দুদিনৰ ভিতৰত চোৰকেইজনক ধৰিবলৈ সক্ষম হৈছে
গণেশগুৰিৰ পৰা দিছপুৰ লাষ্টগেট অভিমুখী যাত্ৰা দ্ৰুত কৰিব
চোৰে ৪ খনকৈ চিলিং ফেন, কম্পিউটাৰ, ইনভাৰ্টাৰ আদি চুৰি কৰি নিয়ে
May 19, 2022