আইআইটিত উত্তৰ-পূব গৱেষণা সন্মিলনৰ ষ্টল সমূহত যথেষ্ট প্ৰশংসা কৰে।
Read Moreএপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ লগতে দলৰ অন্য সদস্যসকলে কংগ্ৰেছ নেতা স্বৰ্গীয় মানবেন্দ্ৰ শৰ্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Read Moreআনহাতে অসম চৰকাৰে মেঘালয়ক মাটি এৰি দিব বিচৰা কাৰ্যতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাই। তেখেতে কয় জাতি-মাটি-ভেটি সুৰক্ষা দিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ চৰকাৰে এতিয়া মেঘালয়ক মাটি এৰি দি কেনেকৈ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হব সেয়া ৰহস্যৰ বিষয়।
Read Moreআজি এই অনুষ্ঠানত ২০ গৰাকী মহিলাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুছ হাজৰিকাই আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ পিছত জিলাখনৰ মুঠ ৫,০০০ হিতাধিকাৰীক এই আঁচনিৰ অধীনত চেক প্ৰদান কৰা হয় আৰু বাকীসকলক ব্লক আৰু ৱাৰ্ড পৰ্যায়ত নিৰ্ধাৰিত টকাৰ চেক বিতৰণ কৰা হ’ব।
Read Moreমন্ত্ৰীগৰাকীক সংগ দিয়ে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, ড° পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যােতি দাস আৰু জিলা উপায়ুক্ত তথা আন বিভাগীয় বিষয়াসকলে ।
Read Moreড° জিনতু হাজৰীকাই মৰিয়নী মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰীধাৰী হৈ কটন মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।ইয়াৰ পাছত গুৱাহাটি বিশ্ববিদ্যালয়ৰ পৰা ড° নবীনচন্দ্ৰ শৰ্মাৰ তত্বাৱধানত সোনোৱাল কছাৰীৰ লোক সংস্কৃতিৰ ওপৰত গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰে।
Read More