আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত নিশ্চিত তথ্য প্ৰদান কৰা নাই।
Read Moreউল্লেখযোগ্য যে, ১৯৮০ চনৰ আজিৰ দিনটোতেই অসমৰ বিদেশী বহিষ্কৰণ আন্দোলনৰ অংশবিশেষ দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ক্ৰমে নগেন ডেকা, অজিত নেওগ, কুমুদ গগৈ আৰু নৃপেন বড়াই তদানীন্তন চৰকাৰৰ আসুৰিক অত্যাচাৰৰ বলি হৈ অকাল মৃত্যুক সাৱটি লৈছিল ।
Read Moreপাছত প্ৰতিবাদস্থলীত টেঙাখাত ৰাজহ চক্ৰ বিষয়া, নামৰূপস্থিত উপ আৰক্ষী অধীক্ষক আৰু অইলৰ বিষয়াবৰ্গ উপস্থিত হৈ পথচোৱা নিৰ্মাণ সন্দৰ্ভত অতিশীঘ্ৰে ৰাইজৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিয়াত পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে
Read Moreঅৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ভাৰাঘৰ কেইটাৰ কেইবালক্ষাধিক টকা মূল্যৰ সা সম্পত্তি জুইত জাহ যায় । বাতৰি লিখা পৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে।
Read More